অর্থ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
উদাহরণ :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
সমার্থক : জাল
অর্থ : এক প্রকাৰৰ নিগনি ধৰা সজা
উদাহরণ :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
সমার্থক : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
অর্থ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
উদাহরণ :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
সমার্থক : পাশ